অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

উদ্বোধনৰ পিছতে খহি পৰিল বহু কোটি টকীয়া নৱনিৰ্মীত টিহু ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্ম

উদ্বোধনৰ পিছতে খহিল কোটিটকীয়া প্লেটফৰ্ম

খহি পৰিল নৱনিৰ্মিত টিহু ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম

ব্যাপক কেলেংকাৰিৰ অভিযোগ স্থানীয়ৰ

প্লেটফৰ্ম খহাক কেন্দ্ৰ কৰি দুৰ্ঘটনাৰ আশংকা

নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ

আনহাতে নবনিৰ্মীত ৰে’লৱে ষ্টেচন টোৰ চৌদিশে টাইলচসমূহ নষ্ট হৈ পৰিছে। ইয়াৰ লগতে বিকল হৈ পৰিছে বিশুদ্ধ খোৱাপানীৰ টেপ। প্লেটফৰ্ম নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি সমগ্ৰ কামৰ তদন্ত কৰি কামত গাফিলতি কৰা ঠিকাদাৰ গোষ্ঠীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনালে স্থানীয় দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.