AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীত কৃষক আন্দোলনত বিৰতি, চতুৰ্থলানি আলোচনাত সফলতা…..

দিল্লীত কৃষক আন্দোলনত বিৰতি

চতুৰ্থলানি আলোচনাত সফলতা

‘দিল্লী চলো’ আন্দোলন স্থগিত

কেন্দ্ৰ চৰকাৰৰ ৫ বছৰীয়া শস্য ক্ৰয় পৰিকল্পনা

কেন্দ্ৰীয় কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, উদ্যোগ–বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীত্ৰয়ে এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে। এতিয়া এই প্ৰস্তাৱকলৈ সংযুক্ত কৃষক মৰ্চা, কৃষক মজদুৰ মৰ্চা ব্যস্ত হৈ পৰিছে। কৃষক সংগঠনে ১৯ আৰু ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰৰ প্ৰস্তাৱকলৈ আলোচনা কৰাৰ প্ৰেক্ষাপটত আন্দোলনৰ কেন্দ্ৰীয় কাৰ্যসূচী বাতিল কৰিছে। দিল্লী চলো কাৰ্যসূচী দুদিনৰ বাবে স্থগিত থাকিব। উল্লেখ্য যে, নতুন শস্য নীতিয়ে কৃষকক লাভাম্বিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে মত ব্যক্ত কৰিছে।

 

 

.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.