AssamCity newsCricketঅসমক্ৰিকেটখেলগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

তৃতীয় টেষ্টত ভাৰতৰ বৃহৎ জয়, ১২২ ৰানত দ্বিতীয় ইনিংছ সামৰিলে ইংলেণ্ডে…..

তৃতীয় টেষ্টত ভাৰতৰ বৃহৎ জয়

৪৩৬ ৰানত পৰাস্ত ইংৰাজ বাহিনীক

১২২ ৰানত দ্বিতীয় ইনিংছ সামৰিলে ইংলেণ্ডে

জয়ৰ বাবে ভাৰতে বান্ধি দিছিল ৫৫৭ ৰানৰ লক্ষ্য

দ্বিতীয় ইনিছংত যশস্বী জয়ছোৱালৰ দ্বিশতক

চলিত টেষ্ট শৃংখলাত দুটাকৈ দ্বিশতক জয়ছোৱালৰ

চলিত শৃংখলাত ৫ শতাধিক ৰান সংগ্ৰহ জয়ছোৱালৰ

প্ৰথম ইনিংছত ৪৪৭ ৰান সংগ্ৰহ কৰিছিল ভাৰতে

দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছিল ৪৩০ ৰান

প্ৰথম ইনিংছত ইংলেণ্ডে সংগ্ৰহ কৰিছিল ৩১৯ ৰান

ভাৰতৰ হৈ দ্বিতীয় ইনিছংত জাদেজাৰ ৫ উইকেট

টেষ্টখনত মুঠ ৭ উইকেট লাভ ৰবীন্দ্ৰ জাদেজাৰ

৫খনীয়া মেচৰ শৃংখলাত ২-১ৰ অগ্ৰগতি ভাৰতৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.