অসমদুৰ্ঘটনা

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

কেমেৰাৰ সন্মুখতে বিস্ফোৰণ গেছ চিলিণ্ডাৰৰ

মহানগৰীৰ নুনমাটিত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড। কেমেৰাৰ সন্মুখতে বিস্ফোৰণ ঘটে গেছ চিলিণ্ডাৰৰ।

দাউ দাউকৈ জ্বলি উঠিল নুনমাটি বাছষ্টেণ্ডৰ ওচৰৰ এখন চাহ দোকান। ঘটনাৰ লগে লগে পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা পৰে দোকানীৰ। দোকানখনৰ গৰাকীৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ তৎপৰতাত কাষৰ দোকানসমুহ জুইৰ পৰা ৰক্ষা পৰে।
অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাঘণ্টাৰ অন্তত নিৰ্বাপণ কৰে দোকানখনৰ জুই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.