অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

কাইলৈৰ পৰা নতুন দিল্লী G-20 বৈঠক, দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে G-20 বৈঠক

কাইলৈৰ পৰা নতুন দিল্লী G-20 বৈঠক

দুদিনীয়াকৈ অনুষ্ঠিত হ’ব G-20 বৈঠক

ন ৰূপত সজাই তোলা হৈছে ৰাজধানী দিল্লী

আজি দিল্লীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জ’ বাইডেন

G-20 বৈঠকৰ পূৰ্বে PM মোদী-বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক

কটকটীয়া কৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেহু

ৰাজধানী দিল্লীক ‘হাই ছিকিউৰিটী কিল্লা’ হিচাপে গঢ়ি তোলা হৈছে

দিল্লীত উপস্থিত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিছৰ ৩০০জনীয়া কামাণ্ডো

দিল্লীৰ প্ৰসিদ্ধ হোটেল ITC মৌৰ্যত থাকিব জ’ বাইডেন

সন্মিলনত ভাগ ল’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছোনাকে

বৈঠকত অংশ ল’ব চীনৰ প্ৰধানমন্ত্ৰী লি কোৱাঙেও

উপস্থিত থাকিব কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ক্ৰুড’

অংশ ল’ব অষ্ট্ৰেলিয়াৰ PM এন্থনি এলৱানিজস্কেই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.