অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

মহানগৰীৰ নুনমাটিৰ চুনচালিত উদ্ধাৰ মৃতদেহ, নলাত পৰি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ স্থানীয়ৰ

মহানগৰীৰ নুনমাটিৰ চুনচালিত উদ্ধাৰ মৃতদেহ ।

চুনচালিৰ জয়পূৰ ঘাটৰ নলাত উদ্ধাৰ মৃতদেহটো

নলাত পৰি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ স্থানীয়ৰ

দুৰ্বৃত্তই  হত্যা কৰি নলাত পেলাই দিয়াৰ সন্দেহ একাংশৰ

বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃতদেহৰ পৰিচয়

ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ তদন্ত

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

আনহাতে স্থানীয় লোকৰ গুৰুতৰ  অভিযোগ জয়পুৰ অঞ্চলটোত নাথাকে নুনমাটি আৰক্ষীৰ পেট্ৰলিং। যাৰ ফলত অঞ্চলটোত একাংশ যুৱক যুৱতীয়ে দিনে নিশাই মদ, ভাং, ড্ৰাগছ আদি সেৱনৰ লগতে বিভিন্ন অসামাজিক কাৰ্য্যকলাপত লিপ্ত হোৱাৰ অভিযোগ স্থানীয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.