অসমগুৱাহাটী

গুৱাহাটীত উপস্থিত ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ৭ শিক্ষাৰ্থী, বৰ্ণনা কৰিলে ইউক্ৰেইনৰ ভয়াবহ পৰিস্থিতিৰ

ইউক্ৰেইনৰ পৰা দিল্লী হৈ নিজ মাতৃভূমি আহি পালে অসমৰ সাত গৰাকী শিক্ষাৰ্থীয়ে। মঙলবাৰে আটাইকেইজন দুপৰীয়া দুই বজাত দিল্লী পোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰত উপস্থিত হল আটাইকেইজন।

গুৱাহাটীত উপস্থিত ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ৭ শিক্ষাৰ্থী।

গুৱাহাটী পালে সমদ্ৰিতা হাজৰিকা, মণীষা বৈশ্য, মণিষা ৱাহিদ, অনমোল শ্বেখৰদাস, মনজুৰআলম, অনামিকা বৈশ্য, হিৰকজ্যোতি ডেকা

ইউক্ৰেইনৰ পৰা দিল্লী হৈ নিজ মাতৃভূমি আহি পালে অসমৰ সাত গৰাকী শিক্ষাৰ্থীয়ে। মঙলবাৰে আটাইকেইজন দুপৰীয়া দুই বজাত দিল্লী পোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰত উপস্থিত হল আটাইকেইজন।

আনহাতে, উত্তৰপূৰ্বাঞ্চলৰো বহু শিক্ষাৰ্থী আহি উপস্থিত হয়। আটায়ে ইউক্ৰেনৰ ভয়াবহ পৰিস্থিতিৰ বৰ্ণনা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.