আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সপ্তম দিন, কি পৰিস্থিতি যুদ্ধৰ?

ওৰে নিশা খাৰকিভৰ ওপৰত গোলাবৰ্ষণ ৰাছিয়াৰ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সপ্তম দিন

ওৰে নিশা খাৰকিভৰ ওপৰত গোলাবৰ্ষণ ৰাছিয়াৰ

খাৰকিভৰ আৱাসিক এলেকাত আক্ৰমণ ৰাছিয়াৰ

কিৱত এয়াৰ এলাৰ্ট, যিকোনো মুহূৰ্তত হ’ব পাৰে আক্ৰমণ

কিৱক তিনিটা দিশৰ পৰা আগুৰি ধৰিছে ৰুছ সেনাই

ৰাছিয়াৰ আক্ৰমণত ধ্বংস ইউক্ৰেইনৰ টেলিভিশ্যন টাৱাৰ

মিছাইল আক্ৰমণত ধ্বংস বিভিন্ন তেলৰ ডিপ’

ইউক্ৰেইনৰ এয়াৰ ফিল্ড, এয়াৰ প’ষ্ট মিছাইলেৰে ধ্বংস

ঝীটোমীৰ চহৰত আক্ৰমণ আৰম্ভ ৰুছ সেনাৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.