অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

আজি ৫১ বছৰত ভৰি দিলে বলিউডৰ মোহময়ী অভিনেত্ৰী টাবুয়ে

সৌন্দৰ্য, অভিনয় আৰু নিজৰ কৰ্মদক্ষতাৰে বলিউডত খলকনি তুলি অনুৰাগীৰ হৃদয় জয় কৰা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী টাবুৰ জন্ম হৈছিল ১৯৭০ চনৰ ৪ নৱেম্বৰত

আজি ৫১ বছৰত ভৰি দিলে বলিউডৰ মোহময়ী অভিনেত্ৰী টাবুয়ে।

সৌন্দৰ্য, অভিনয় আৰু নিজৰ কৰ্মদক্ষতাৰে বলিউডত খলকনি তুলি অনুৰাগীৰ হৃদয় জয় কৰা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী টাবুৰ জন্ম হৈছিল ১৯৭০ চনৰ ৪ নৱেম্বৰত।

হায়দৰাবাদৰ নিজাম চহৰত জন্ম পোৱা টাবুৰ প্ৰকৃতি নাম তাবস্সুম হাছমী।

নিজৰ লয় লাস আৰু পাৰদৰ্শিতাৰে এসময়ত বলীউদত দপদপাই থকা মোহময়ী অভিনেত্ৰী টাবুয়ে প্ৰতিজন দৰ্শকৰ মন

জয় কৰিবলে সক্ষম হৈছিল।

আশ্চৰ্যজনক অভিনয়ৰে ভাৰততে নহয়, বিদেশতো অনুৰাগীৰ মন জয় কৰিবলে সক্ষম হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.