Covid-19অসম

ৰাজ্যত দৈনিক বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, ক’ভিডত আক্ৰান্ত ৩,৩৯০জন লোক

এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত দৈনিক বৃদ্ধি ক’ভিডৰ সংক্ৰমণ।

শনিবাৰৰ দিনটোত ৩,৩৯০ জনৰ দেহত ধৰা পৰিছে ভাইৰাছ। শনিবাৰৰ দিনটোত সম্পন্ন হৈছে ৩৪,৩৫৫টা টেষ্ট।

https://twitter.com/keshab_mahanta/status/1482353630577827852

আনহাতে কামৰূপ(ম)ত ৯১৯জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৬.০৭%।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − seven =

Back to top button