অসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড

পুৰণি ভৱনৰ প্ৰথম মহলাত সূত্ৰপাত জুইৰ। অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।

পুৰণি ভৱনৰ প্ৰথম মহলাত সূত্ৰপাত জুইৰ।

অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ।

ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।

জুই নিৰ্বাপনৰ চেষ্টা চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.