AssamCMO AssamHimanta Biswa Sarmaleatest updatePMo indiapoliticalRegionalSocial

যোৰহাটৰ মেলেং মেটেলী পথাৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভা।

আজি উন্মোচন কৰিব লাচিতৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি।

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন। যোৰহাটত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ বিশাল কাৰ্যসূচী। উন্মোচন কৰিব লাচিতৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। হোলোঙাৰপাৰ লাচিত মৈদামত স্থাপন কৰা হৈছে এই প্ৰতিমূৰ্তি।

মেলেং মেটেলী পথাৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভা। মেলেং মেটেলী পথাৰৰ পৰাই একেলগে মুকলি কৰিব ৫,৫৫,০৫৫টা PMAYৰ গৃহ।ভাৰ্ছুৱেলী উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ো। শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব PMএ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটিৰ প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে। ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ শুভাৰম্ভ। শুভাৰম্ভ কৰিব ভাৰতীয় ৰে’লৰ দুটা প্ৰকল্পৰো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.