Assamleatest updatepolitical

মুকলি ৩খনকৈ অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ম’বাইল ফৰেনছিক বাহন।

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে বাহনকেইখন।

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৩খনকৈ অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ম’বাইল ফৰেনছিক বাহন। অপৰাধজনিত ঘটনাৰ ক্ষিপ্ৰ পৰীক্ষণৰ বাব ব্যৱহাৰ কৰা হ’ব এই অত্যাধুনিক বাহনকেইখন। ফৰেনছিক বিভাগৰ মুখ্য কাৰ্যালয়লৈ নোযোৱাকৈয়ে সম্পন্ন কৰিব পাৰিব বহু প্ৰাৰম্ভিক পৰীক্ষা। পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰতি জিলাতে এই বাহন উপলব্ধ হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.