AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দুদিনীয়া ভ্ৰমণসূচীৰে UAEত প্ৰধানমন্ত্ৰী, ডুবাইত মুকলি হ’ল BAPS মন্দিৰ……

দুদিনীয়া ভ্ৰমণসূচীৰে UAEত প্ৰধানমন্ত্ৰী

ডুবাইত মুকলি হ’ল প্ৰথমটো মন্দিৰ

আবুধাবিত মুকলি হ’ল BAPS মন্দিৰ

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে মন্দিৰটো

ভাৰত আৰু ইউ এ ইৰ মাজত সমন্বয়ৰ এই নতুন এনাজৰী। কূটনৈতিক সম্পৰ্কই ইতিমধ্যে সৃষ্টি কৰিছে নতুন দিনৰ সূচনা। এমিৰেটছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ১০৮ ফুট উচ্চতাৰ সুবিশাল মন্দিৰ। ইছলামিক ৰাষ্ট্ৰত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই বিশ্বমুখী ভাৰতৰ বাবে নতুন মাইলষ্ট’ন হিচাপে পৰিগণিত হৈছে।

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.