leatest updateঅপৰাধঅসমদৈনিক বাতৰি

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তই নতুন গতি লোৱাৰ সম্ভাৱনা!

শীঘ্ৰেই পোহৰলৈ আহিব পাৰে নতুন তথ্য।

ক্ষিপ্ৰ গতিত চলিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ CBIৰ অভিযান। তদন্তই নতুন গতি লোৱাৰ সম্ভাৱনা। সোমাব পাৰে বহু শীৰ্ষ আৰক্ষী বিষয়াৰ নাম। আভাজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত CBIৰ অভিযান। হয়বৰগাঁও আৰক্ষী চকীত CBIৰ অভিযান। CCTVৰ ফুটেজ পৰীক্ষা কৰিছে CBIৰ দলটোৱে।

১৫ জুনৰ নিশা জোনমণি গৈছিল আৰক্ষী চকীলৈ। আভাজ্যোতি ৰাভাক লগ ধৰিছিল সেই নিশা জোনমণিয়ে। শীঘ্ৰেই পোহৰলৈ আহিব পাৰে নতুন তথ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.