অসম

চাহ জনগোষ্ঠীয় লোকৰ বাবে বিশেষ সুবিধা, কি কি প্ৰস্তাৱ উত্থাপন হ’ল বাজেটত?

চাহ বাগিচাৰ যুৱকক দক্ষতা সম্পন্ন, সাংস্কৃতিক, বিবাহ আদিৰ উদ্দেশ্যৰে ভৱন নিৰ্মাণৰ সিদ্ধান্ত

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। ৰাজ্যৰ চাহ জনগোষ্ঠীয় এলেকাত থকা বিদ্যালয়সমূহ চৰকাৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ পদক্ষেপ-

◼️ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত অৱস্থিত ৪৩৬ বিদ্যালয়ক চৰকাৰী পৰিচালনাৰ অধীনলৈ অনা হ’ব

◼️মাধ্যমিক শিক্ষা পৰ্যায়ত চাহ বাগিচা এলেকাৰ ১১৭ আদৰ্শ উঃ মাঃ বিদ্যালয় স্থাপন হৈছে

◼️চলিত বৰ্ষৰ ১০ মে’ৰ পৰা কাৰ্যক্রম হ’ব এইসমূহ বিদ্যালয়

◼️চাহ বাগিচাৰ যুৱকক দক্ষতা সম্পন্ন, সাংস্কৃতিক, বিবাহ আদিৰ উদ্দেশ্যৰে ভৱন নিৰ্মাণৰ সিদ্ধান্ত

◼️৮০০ চাহ বাগিচা অঞ্চলত মহাপ্রভু জগন্নাথ সমূহীয়া ভৱন নিৰ্মাণৰ বাবে ২০০ কোটি টকা ধাৰ্য

◼️ৰাজ্যৰ ১ লাভ নিবনুৱাক নিযুক্তি প্রদানত প্রতিশ্রুতিবদ্ধ চৰকাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.