অসমআঞ্চলিকদৈনিক বাতৰি

ভদীয়া বানৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংহাৰী ৰূপ ধাৰণ গৰাখহনীয়াৰ…

ভদীয়া বানৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংহাৰী ৰূপ ধাৰণ গৰাখহনীয়াৰ...

ভদীয়া বানৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংহাৰী ৰূপ ধাৰণ গৰাখহনীয়াৰ। বৰপেটা জিলাৰ কাছুমাৰা মহচৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। তাছপাতৰ দৰে খহাই নিছে অনুষ্ঠান প্ৰতিষ্ঠান, বাট-পথ কিম্বা নৈপৰীয়া লোকৰ ঘৰ-বাৰী। ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে মহচৰা মধ্য চুৱা প্ৰাথমিক বিদ্যালয় গৃহৰ আধা অংশ।

ফলত বিদ্যালয়খনত ব্যাহত হৈ পৰিছে পাঠদান। তদুপৰি কাছুমাৰা-মহচৰা সংযোগী পকী পথ বিচ্ছিন্ন হৈ যোৱাৰ ফলত সম্পুৰ্ণ ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বৰপেটাৰ মানচিত্ৰৰ পৰা হেৰাই যাব বৃহত্তৰ কাছুমাৰা মহচৰা অঞ্চল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.