Socialঅপৰাধঅসম

চিকিৎসকৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিৰ অভিযোগ পৰিয়ালৰ।

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ জি ডি নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ ভুল চিকিৎসা আৰু অবহেলাৰ বাবেই প্ৰসূতিগৰাকী মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

মৃত প্ৰসূতিগৰাকী ধিঙৰ তিনি নং বিলতীয়াৰ আছমিন খান বুলি জানিব পৰা গৈছে। হাজৰিকা উপাধিৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে ভুল চিকিৎসা প্ৰদানৰ অভিযোগ। আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.