অসমদৈনিক বাতৰিভাৰত

হাৰিয়ানাত আজিও অব্যাহত সাম্প্ৰাদায়িক উত্তেজনা, সংঘৰ্ষত এইপৰ্যন্ত নিহত সংখ্যা ৫ জনলৈ বৃদ্ধি

হাৰিয়ানাত আজিও অব্যাহত সাম্প্ৰাদায়িক উত্তেজনা, সংঘৰ্ষত এইপৰ্যন্ত নিহত সংখ্যা ৫ জনলৈ বৃদ্ধি

হাৰিয়ানাত আজিও অব্যাহত সাম্প্ৰাদায়িক উত্তেজনা

সংঘৰ্ষত এইপৰ্যন্ত নিহত সংখ্যা ৫ জনলৈ বৃদ্ধি

দুদিনৰ বাবে ৫ জিলাত ১৪৪ ধাৰা জাৰি, বন্ধ ইণ্টাৰনেট

ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

১ আৰু ২ আগষ্টত হ’বলগীয়া দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ ২০টা কোম্পানী মোতায়েন

সংঘৰ্ষত প্ৰায় ৪০খনকৈ বাহন জ্বলাই দিছিল দুৰ্বৃত্তই

ভয়াৱহ সংঘৰ্ষত আহত হৈছিল কেইবাজনো পুলিচ কৰ্মী

হাৰিয়ানাৰ নুহ জিলাত সংঘটিত ঘটনা সম্প্ৰসাৰিত ৫ জিলালৈ

সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ সমদলত চলাইছিল আক্ৰমণ। এটা বিশেষ সম্প্ৰদায়ৰ লোকে কৰিছিল আক্ৰমণ। VHP আৰু মাতৃ শক্তি দুৰ্গা বাহিনীৰ সমদলত চলিছিল আক্ৰমণ। ব্ৰজমণ্ডল যাত্ৰা শীৰ্ষক সমদলত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.