অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

বকোত দুটাকৈ ভয়াবহ পথ দুৰ্ঘটনা, দুটা পৃথক দুৰ্ঘটনাত নিহত এজন, আহত ২

বকোত দুটাকৈ ভয়াবহ পথ দুৰ্ঘটনা

দুটা পৃথক দুৰ্ঘটনাত নিহত এজন, আহত ২

প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় বকোৰ নগৰবেৰাত

এখন কণ্টেইনাৰত খুন্দা তীব্ৰবেগী স্কুটীৰ আৰোহীৰ

থিতাতে নিহত ৩ নং ভাঠিপাৰাৰ হাইদৰ আলী

আহত লালচান চাংমাক GMCH লৈ প্ৰেৰণ

আনটো দুৰ্ঘটনা সংঘটিত হয় বকোৰ চুকুনীয়াপাৰাত

বাইক আৰোহী আৰু ৱাগানাৰৰ সংঘৰ্ষ

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী দিনেশ ৰাভা

সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.