অসমগুৱাহাটীদৈনিক বাতৰি

মহঙা হ’ল গাখীৰ…গুৱাহাটীত পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম….

মহঙা হ’ল গাখীৰ, গুৱাহাটীত পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম

মহঙা হ’ল গাখীৰ

গুৱাহাটীত পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম

প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ দাম বৃদ্ধিৰ প্ৰস্তাৱ

পশুখাদ্যৰ দাম বৃদ্ধিৰ বাবে বৃদ্ধি গাখীৰৰ দাম

দাম বৃদ্ধিৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ

৫৩ টকাৰ বিপৰীতে ৫৮ টকা হ’ল প্ৰতিলিটাৰ গাখীৰৰ দাম

গাখীৰৰ দাম বৃদ্ধিৰ লগে লগে বিলাসী হ’ব দুগ্ধজাত সামগ্ৰী

গাখীৰৰ সমান্তৰালকৈ মহানগৰীৰ শাক-পাচলিৰ বজাৰত জুই

ঈদ, বানৰ সুযোগ লৈ গ্ৰাহকক মাধমাৰ অসাধু ব্যৱসায়ীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.