অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাছাৰৰ কালাইনত ভয়ংকৰ ঘটনা, দিন দুপৰতে দুৰ্বৃত্তৰ এজনলৈ এচিড নিক্ষেপ

কাছাৰৰ কালাইনত ভয়ংকৰ ঘটনা

দিন দুপৰতে দুৰ্বৃত্তৰ এজনলৈ এচিড নিক্ষেপ

শংকৰ দাস নামৰ লোকজন গুৰুতৰভাৱে আহত

ততালিকে শিলচৰ চিকিৎসা মহাবিদ্যালয় ভৰ্তি

শংকৰ দাস পেছাত এগৰাকী কাঠমিস্ত্ৰী

ঘৰৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লৈ গৈছিল শংকৰ দাসক

আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.