শ্ৰেণীবিহীন

ভদীয়া বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আজিও অপৰিৱৰ্তিত উদ্যানখনৰ বান পৰিস্থিতি

ভদীয়া বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আজিও অপৰিৱৰ্তিত উদ্যানখনৰ বান পৰিস্থিতি

ভদীয়া বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিও অপৰিৱৰ্তিত উদ্যানখনৰ বান পৰিস্থিতি। উদ্যানখনৰ  প্ৰায় চল্লিশ শতাংশ এলেকা সম্প্ৰতি বানৰ কবলত। বানত বৰ্তমানলৈকে মৃত্যু হৈছে ১১ টাকৈ বন্যপ্ৰাণীৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৫৫টা বন শিবিৰৰ ভিতৰত ৫৩টা বন শিবিৰ এলেকাতেই বৰ্তমান বান।

উদ্যানখনৰ ব্যাঘ্ৰ প্ৰকল্পৰ বিশ্বনাথ সংমণ্ডলৰ সিংহভাগেই বৰ্তমান বানৰ কবলত। ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে। ইফালে বান পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.