অসমআঞ্চলিকদৈনিক বাতৰি

দলং ভাঙি বাগৰিল চাউলভৰ্তি ট্ৰেক্টৰ, মাজুলীৰ শ্ৰীলুইত পঞ্চায়তৰ গুৱাল গাঁৱত এই দুৰ্ঘটনা

দলং ভাঙি বাগৰিল চাউলভৰ্তি ট্ৰেক্টৰ...

দলং ভাঙি বাগৰিল চাউলভৰ্তি ট্ৰেক্টৰ

মাজুলীৰ শ্ৰীলুইত পঞ্চায়তৰ গুৱাল গাঁৱত এই দুৰ্ঘটনা

বান সাহায্যৰ বাবে কঢ়িয়াই আনিছিল চাউলসমূহ

ভাগি পৰিল গুৱালগাঁও-মালাপিন্ধা সংযোগী দলং

দলং ভঙাত অসুবিধাৰ সন্মুখীন ১০খন গাঁৱৰ ৰাইজ

অত্যাৱশ্যকীয় সেৱা লাভৰ পৰা বঞ্চিত অঞ্চলবাসী

বিভাগে জাননী আঁৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.