Socialঅৰ্থনৈতিকঅসমৰাজনৈতিক

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ সদনত

সদনৰ কাৰ্যক্ৰমণিকা ১২ বজালৈ স্থগিত

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত আজি সদনৰ বাহিৰে-ভিতৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছ দলৰ৷

জন্টৰ-মন্তৰত ভাৰতীয় কিষান ইউনিয়নে কৃষি আইন বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সমান্তৰালকৈ সংসদৰ দুয়ো সদন লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হওঁতেই কংগ্ৰেছ, ত্ৰিনমুল কংগ্ৰেছ আৰু বিৰোধী দলে টেলিফোন টেপিঙৰ বিৰুদ্ধে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ যাৰ পৰিপ্ৰেক্ষিতত দুয়ো সদনৰ কাৰ্যক্ৰমণিকা ১২ বজালৈ স্থগিত ৰখা হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.