অপৰাধঅসম

মহানগৰীত চাঞ্চল্য! পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ কোনে অপহৰণ কৰিলে ভাতৃ-ভগ্নীক?

অৱশ্য, শিশু দুটিক কোনে অপহৰণ কৰিলে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। 

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশু। মাক-দেউতাক ঘৰত নথকাৰ সময়তেই সংঘটিত হয় এই কাণ্ড।

 

অপহৰণ ১৩ বছৰীয়া ইছমাইৰা নাছম আৰু ৪ বছৰীয়া আতিফ নাছম। সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা সন্ধানহীন দুয়োটি শিশু। পিতৃ-মাতৃ নথকাৰ সময়তেই সংঘটিত হোৱা ঘটনাটোৱে স্বাভাৱিকতে শংকিত কৰি তুলিছে আত্মীয় আৰু ওচৰ-চুবুৰীয়াক। উল্লেখ্য যে,  কিছুদিন পূৰ্বে ঝাৰখণ্ডলৈ গৈছিল শিশু দুটিৰ মাতৃ।

 

ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। অৱশ্য, শিশু দুটিক কোনে অপহৰণ কৰিলে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.