APSCAssamnationalঅসমদৈনিক বাতৰি

আজি দুই ৰাজপত্ৰিত বিষয়াক তলৱ SITৰ…..

আজি দুই ৰাজপত্ৰিত বিষয়াক তলৱ SITৰ.....

প্ৰসংগঃ APSC কেলেংকাৰী

SITএ জেৰা চলাইছে দুই ৰাজপত্ৰিত বিষয়াক

জেৰাৰ সন্মুখীন APS নীলাঞ্জল গগৈ

সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মা

নীলাঞ্জল গগৈয়ে ইংৰাজীত লাভ কৰিছিল ১২৫ নম্বৰ

ৰাকেশ পালৰ আৰ্শীবাদত সেই নম্বৰ বৃদ্ধি পাইছিল ১৭৫লৈ

বুৰঞ্জীত লাভ কৰিছিল ১০৬ নম্বৰ

১০৬ নম্বৰৰ পৰা বৃদ্ধি হৈছিল ১৬৬লৈ

আনহাতে বিকাশ শৰ্মাই ইংৰাজীত লাভ কৰিছিল ৫৫ নম্বৰ

ৰাকেশ পালৰ আৰ্শীবাদত এই নম্বৰ হৈছিল ২০২

ৰাজনীতি বিজ্ঞানৰ প্ৰথম পেপাৰত লাভ কৰিছিল ৬১ নম্বৰ

৬১ নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটত ১১১ নম্বৰ বৃদ্ধি

ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় পেপাৰত লাভ কৰিছিল ১১৯ নম্বৰ

নম্বৰ বৃদ্ধি কৰাই সেই নম্বৰ হৈছিল ১৩৯

অসমীয়া দ্বিতীয় পেপাৰত লাভ কৰিছিল ১০৯ নম্বৰ

১০৯ৰ পৰিৱৰ্তে বিকাশ শৰ্মাৰ নম্বৰ হৈছিল ১২৯

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.