অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ

ন ন কৌশলেৰে চলিছে গো-ধনৰ সৰবৰাহ

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ

ন ন কৌশলেৰে চলিছে গো-ধনৰ সৰবৰাহ

যোৰাবাট আৰক্ষীৰ জালত গৰুভৰ্তি বাহন

এখন ট্ৰাকৰ পৰা জব্দ ২৯টাকৈ গো-ধন

অভিযানত আটক ট্ৰাকখনৰ চালক-হেণ্ডিমেনক

আটক পশ্চিমবংগৰ সঞ্জয় দে, অমিত ৰয়ক

চিলাপথাৰৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাকখন

অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.