অসম

চোৰৰ বিলৈ: মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰৰ দল…

ধৃত চোৰ কেইটা হৈছে লালগণেশৰ নিতু দাস, চানডুবিৰ সীমান্ত ৰাভা, ঢোলাপাৰাৰ ৰোহিত আলী আৰু হীৰা বাচফৰ।

চোৰৰ তাণ্ডৱে টোপনি হৰিছে মহানগৰবাসীৰ। চোৰৰ তাণ্ডৱে সকলোৰে টোপনি কঢ়াৰ সময়তে মহানগৰীৰৰ ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা চোৰৰ দলক।

চোৰৰ দলটোৰ পৰা জব্দ ২১ টাকৈ ম’বাইল ফোনৰ লগতে ৩১ হাজাৰ দুশ টকা নগদ ধন।ধৃত চোৰ কেইটা হৈছে লালগণেশৰ নিতু দাস, চানডুবিৰ সীমান্ত ৰাভা, ঢোলাপাৰাৰ ৰোহিত আলী আৰু হীৰা বাচফৰ।

যুৱককেইজনৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ইতিমধ্যে ৩৯৭/২২ নম্বৰত ৰুজু হৈছে গোচৰ। এই চোৰৰ দলটোৰ সৈতে আৰু বহুত চোৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.