AssamInternationalleatest updatenationalঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিজ্ঞানভাৰত

বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰ তালিকাত অসমৰ বিজ্ঞানী ডঃ ৰমেশ চন্দ্ৰ ডেকা

বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰ তালিকাত অসমৰ বিজ্ঞানী ডঃ ৰমেশ চন্দ্ৰ ডেকা

বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰ তালিকাত স্থান পালে অসমৰ এজন বিজ্ঞানীয়ে। বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ মাজত স্থান লাভ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকাৰ। ৰসায়ন বিজ্ঞানৰ গৱেষক অধ্যাপক ৰমেশ চন্দ্ৰ ডেকালৈ অহা এই সন্মানে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যৰ বিদ্বত সমাজক।

এলছভিয়েৰৰ তালিকাত স্থান লাভ ডঃ ডেকাৰ। এলছভিয়েৰ হৈছে বিশ্বপ্ৰসিদ্ধ এটা বৈজ্ঞানিক সংস্থা, যিয়ে বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি সক্ৰিয় হৈ আছে। ডঃ ডেকাৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষা মন্ত্ৰীজনে X যোগে ডঃ ডেকাক অভিনন্দন জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.