অপৰাধভাৰত

৫ বছৰৰ বাবে দেশত নিষিদ্ধ হ’ল PFI

বন্ধ কৰি দিয়া হ'ল PFIৰ ছ'চিয়েল মিডিয়া একাউন্টো

৫ বছৰৰ বাবে দেশত নিষিদ্ধ হ’ল PFI

PFIৰ বিৰুদ্ধে অব্যাহত অভিযান! দেশত নিষিদ্ধ হ’ল PFI৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে PFIক নিষিদ্ধ কৰাৰ পাছতেই ৰাজ্যই ৰাজ্যই থকা PFIৰ কাৰ্যালয়তো তলা ওলমালে প্ৰশাসনে। উল্লেখ্য যে গৃহমন্ত্ৰালয়ে PFIৰ বিৰুদ্ধে জাৰি কৰিলে ‘ডিজিটেল ষ্ট্রাইক’।

বন্ধ কৰি দিয়া হ’ল PFIৰ ছ’চিয়েল মিডিয়া একাউন্টো। ফেচবুক, টুইটাৰ, ইউটিউব একাউন্ট বন্ধ কৰি দিয়া হ’ল। আনহাতে, PFIৰ সকলো শীৰ্ষ নেতাৰ একাউন্টো বন্ধ কৰা হয়।

গৃহ মন্ত্রালয়ৰ সিদ্ধান্তৰ পিছতে ছ’চিয়েল মিডিয়া কৰ্তৃপক্ষই ল’লে এই পদক্ষেপ। উল্লেখ্য যে PFIয়ে গণতন্ত্ৰ বিৰোধী কাৰ্যকলাপ কৰাৰ লগতে অনৈতিক কাৰ্যকলাপৰ বাবে দেশত ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হয় PFIক।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.