leatest updatenationalঅসমদৈনিক বাতৰিবিশ্বভাৰত

আত্মজাহৰ ভয়ংকৰ পৰিকল্পনা আছিল সংসদ আক্ৰমণকাৰীৰ, ধৃত মাষ্টাৰ মাইণ্ড ললিত মোহন ঝাৰ স্বীকাৰোক্তি….

আত্মজাহৰ ভয়ংকৰ পৰিকল্পনা আছিল সংসদ আক্ৰমণকাৰীৰ, ধৃত মাষ্টাৰ মাইণ্ড ললিত মোহন ঝাৰ স্বীকাৰোক্তি....

আত্মজাহৰ ভয়ংকৰ পৰিকল্পনা আছিল সংসদ আক্ৰমণকাৰীৰ

ধৃত মাষ্টাৰ মাইণ্ড ললিত মোহন ঝাৰ স্বীকাৰোক্তি

প্লেন ‘এ’ আছিল আত্মজাহৰ

এবিধ বিশেষ জেল সংগ্ৰহ নোহোৱাৰ বাবে বাতিল প্লেন ‘এ’

জুই প্ৰতিৰোধী জেল সংগ্ৰহ নহ’ল ষড়যন্ত্ৰকাৰীৰ

এই জেলৰ ব্যৱহাৰে হ্ৰাস কৰে জুইৰ আঘাত

জেল সংগ্ৰহ নোহোৱাৰ বাবে ল’লে প্লেন ‘বি’

হালধীয়া ধোঁৱা স্প্ৰে আছিল প্লেন ‘বি’ৰ অংশ

আৰক্ষীৰ তদন্তত স্পষ্ট ললিত ঝাই মূল ষড়যন্ত্ৰকাৰী

ঘটনাৰ পিছতে ঝাই নষ্ট কৰিছিল ম’বাইল হেণ্ডছেট

নিজৰ লগতে অন্য কেইজনৰো ম’বাইল হেণ্ডছেট নষ্ট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.