
সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰত আঘাত
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব শৰণীয়াই
শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ৰায়
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
বৃহস্পতিবাৰে এই ৰায়দান ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সম্ভাৱনা শৰণীয়াৰ
ন্যায়ালয়ৰ ৰায়ৰ পিছতে নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া

