INDIA

অসম

অখিল গগৈক মানসিক ৰোগী বুলি আখ্যা দিয়াৰ পিছত মুখ্যমন্ত্ৰীক উভতাই ধৰে লুৰিণ জ্যোতিয়ে

“অসমৰ জনগণৰ বিপদৰ সময়ত বিধানসভাৰ মজিয়াত তৰল মন্তব্য কৰি সদনক বিপথে পৰিচালিত নকৰিব”। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য…

Read More »
অসম

ধঁপাতৰ মূল্যবৃদ্ধিৰ আহ্বান কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ

চৰকাৰৰ অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জিএছটি কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল…

Read More »
অসম

শিৱসাগৰত এটা মৃতদেহক লৈ উতপ্ত পৰিস্থিতি

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ নামতিৰ দিকচু খনিকৰ গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি| নিতুল বড়া নামৰ এজন যুৱকৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হয়…

Read More »
দিল্লী

হোৱাটচআপে ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

হোৱাটচআপে ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰজু কৰিলে গোচৰ৷ ভাৰত চৰকাৰে বলবৎ কৰিবলগীয়া নতুন IT নিয়মক বাধা দিবৰ বাবে whatsaap-এ দিল্লী উচ্চ ন্যায়ালয়ত ৰজু কৰিছে…

Read More »
অপৰাধ

যোধপুৰ কাণ্ডৰ নতুন মূৰ- ভাইৰেল ভিডিঅ’ত থকা মহিলাগৰাকী প্ৰকৃততে কোন?

২৩ মে’ত  যোধপুৰত এগৰাকী নগা মহিলাৰ আত্মহত্যাক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ। যোধপুৰৰ সিন্ধি কলনীৰ এটা ভাৰাঘৰত বাস কৰা নগালেণ্ডৰ মহিলাগৰাকীয়ে চিপ লৈ…

Read More »
অসম

ধুমুহাত বুৰ গ’ল ৫ গৰাকী যাত্ৰীসহ এখন নাওঁ

কৰিমগঞ্জৰ শণবিলত অঘটন। ধুমুহাৰ বাবে বুৰ গ’ল ৫ গৰাকী যাত্ৰীসহ এখন নাওঁ। শণবিলৰ কল্যানপূৰৰ পৰা ফাকুয়া অভিমুখে ৫জন যাত্ৰী লৈ যোৱাৰ…

Read More »
অসম

বুধবাৰে নগাঁৱত ড্ৰাগছসহ আটক দুজন

বুধবাৰে নিশা নগাঁও জিলাৰ কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কচুৱা আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছ সহ…

Read More »
Covid-19

যোৱা ২৪ঘন্টাত ২,১১,২৯৮ গৰাকী লোক আক্ৰান্ত কৰ’ণাত

যোৱা ২৪ঘন্টাত ২,১১,২৯৮ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’ণাত। এই সময়চোৱাত ৩,৮৪৭গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগতে সুস্থ হৈ ঘৰলৈ উভতিছে ২,৮৩,১৩৫গৰাকী।…

Read More »
অপৰাধ

ওদালগুৰিত আটক ৭ গৰাকী NLFB কেডাৰ

ওদালগুৰিত ৭ গৰাকী NLFB  কেডাৰ গ্ৰেপ্তাৰ। ওদালগুৰি আৰক্ষীয়ে দুদিন ধৰি অভিযান চলাই সদস্যকেইগৰাকীক গ্ৰেপ্তাৰ কৰে। সদস্য কেইগৰাকী ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল…

Read More »
বিজ্ঞান

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ

২৬ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ’ব৷ ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম,…

Read More »
Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.