AssamElectionleatest updatepolitical

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

EVMত বন্দী হ’ল ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য...

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত

সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল ভোটগ্ৰহণ

ভোটদানৰ হাৰে ৭৫ শতাংশ স্পৰ্শৰ সম্ভাৱনা

ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ভোটগ্ৰহণ সম্পন্ন ডিব্ৰুগড়, লখিমপুৰ, যোৰহাটত

ভোটগ্ৰহণ সম্পন্ন শোণিতপুৰ, কাজিৰঙাত

৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল EVMত

দেশৰ ২১ ৰাজ্যৰ ১০২ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসা

কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

ছত্তীশগড়ৰ ভোটকেন্দ্ৰৰ সমীপত IED বিস্ফোৰণ

IED বিস্ফোৰণত গুৰুতৰভাৱে আহত CRPFৰ জোৱান

মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত ভয়ংকৰ ঘটনা

দুৰ্বৃত্তৰ গুলীচালনাত নিৰাপত্তাৰক্ষীসহ ৪জন আহত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.