শ্ৰেণীবিহীন

কৰম পূজাৰ বন্ধৰ নামত চৰকাৰে চাহ শ্ৰমিকক চৰম অপমান কৰাৰ অভিযোগত গোলাঘাটৰ বাগিছাই বাগিছাই প্ৰতিবাদ চাহ শ্ৰমিকৰ

কৰম পূজাৰ বন্ধৰ নামত চৰকাৰে চাহ শ্ৰমিকক চৰম অপমান কৰাৰ অভিযোগত গোলাঘাটৰ বাগিছাই বাগিছাই প্ৰতিবাদ চাহ শ্ৰমিকৰ

কৰম পূজাৰ বন্ধৰ নামত চৰকাৰে চাহ শ্ৰমিকক চৰম অপমান কৰাৰ অভিযোগত গোলাঘাটৰ বাগিছাই বাগিছাই প্ৰতিবাদ চাহ শ্ৰমিকৰ। কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ দিয়াৰ বিপৰীতে বাগিছাসমূহৰ শ্ৰমিকসকলক  চৰকাৰে মাধমাৰ দিয়াৰ অভিযোগ।

বাগিছাৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও কৰম পূজাৰ দিনটোৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে। অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে। সেয়েহে চাহ জনগোষ্ঠীৰ লোকসকলে আটছাৰ উদ্যোগত খুমটাই চাহ বাগিচা আৰু শাওঁতলী চাহ বাগিচাত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.