অসমদৈনিক বাতৰি

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ পুৱাই উত্তাল ডিমৰীয়া…

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ পুৱাই উত্তাল ডিমৰীয়া....

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ পুৱাই উত্তাল ডিমৰীয়া। সমষ্টিতো অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ বিৰোধিতা। ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল। তেতেলীয়া ৰে’ল পথ অৱৰোধৰ চেষ্টা প্ৰতিবাদকাৰীৰ। ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ নেতৃত্বত প্ৰতিবাদ।প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষীৰ বিশাল দল।

আৰক্ষীৰ বাধা নেওচি তেতেলীয়া ষ্টেচনত ৰেলপথ অৱৰোধ কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ উচ্চস্তৰীয় বিষয়াই বিষটো সন্দৰ্ভত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ আস্বাস দিয়াত আজি সাময়িকভাবে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.