অপৰাধঅসমদুৰ্ঘটনা

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱা যোছেফ মাৰাকে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে

সুৰামত্ত অৱস্থাত গাড়ী চলোৱা ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱাইছিল যোছেফ মাৰাক নামৰ শ্ৰমিকজনে

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।

সুৰামত্ত অৱস্থাত গাড়ী চলোৱা ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱাইছিল যোছেফ মাৰাক নামৰ শ্ৰমিকজনে। জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক। প্ৰায় ডেৰ মাহৰ অন্তত বুধবাৰে পুৱা জি এম চিত শেষ নিশ্বাস ত্যাগ কৰে যোছেফে।

তেওঁক কৃত্ৰিম ভৰি সংৰোপণৰ বাবেও দায়িত্ব লৈছিল চৰকাৰে। কিন্তু সকলোকে হতাশ কৰি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.