অসম

অসুস্থ কলিজা আইতা; আইতাৰ বাবে সকলোৱে কৰক প্ৰাৰ্থনা

আহক সকলোৱে কৰো আইতাৰ বাবে প্ৰাৰ্থনা।

অসুস্থ হৈ পৰিছে সকলোৰে মৰমৰ কলিজা আইতা।
বাৰ্ধক্যজনিত কাৰণত গভীৰ নিদ্ৰাত মগ্ন কলিজা আইতা।
আইতাৰ অসুস্থ হোৱা বুলি জানিব দিয়ে বৃদ্ধাশ্ৰম কতৃপক্ষই।
অসমবাসীৰ আৰ্শীবাদে আইতাক দিব ন’ জীৱন, আহক সকলোৱে কৰো আইতাৰ বাবে প্ৰাৰ্থনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.