অসমদুৰ্ঘটনা

আমিনগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

কেইবা লক্ষাধিক টকাৰ ক্ষতি

আমিনগাঁৱৰ উপৰবড়ীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

জুইৰ লেনিহান শিখাই উপৰবড়ীত ছাৰখাৰ কৰিলে বহু মূল্যবান সামগ্ৰী। সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহসহ টেণ্ট হাউচৰ গুডাউন।

অচিত দাস নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা

অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়ালে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ ১১ খন বাহনেৰে জুই নুমোৱাৰ চেষ্টা কৰা হয় যদিও ক্ষতি হয় কেইবা লক্ষাধিক টকা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.