অসমখেলস্বাস্থ্য

দেশৰ পাছত এইবাৰ নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰিছে লাভলীনাই

  গুৰুতৰভাৱে অসুস্থ লাভলীনাৰ মাতৃ

দেশৰ বাবে দায়িত্ব পালন কৰাৰ পাছত এইবাৰ নিজৰ পৰিয়ালৰ বাবে দায়িত্ব পালন কৰিছে লাভলীনাই।

গুৰুতৰভাৱে অসুস্থ লাভলীনাৰ মাতৃ মামনি বৰগোঁহাই। বৃক্ক সংৰোপণ কৰিব লাগিব তেওঁৰ। ইতিমধ্যে মামনি বৰগোঁহাইৰ বৃক্কৰ এটা অস্ত্ৰোপচাৰো হৈ গৈছে।

পৰৱৰ্তী উন্নত চিকিৎসাৰ বাবে মাকক লৈ লাভলীনা বৰগোঁহাই মঙলবাৰে কলকাতাত উপস্থিত হৈছে। চিকিৎসকেও মাতৃ সুস্থ হৈ উঠিব বুলি লাভলীনাক আশ্বাস দিছে।

লাভলীনাৰ এতিয়া এটাই লক্ষ্য, যিকোনো প্ৰকাৰে নিজৰ মাতৃক সুস্থ কৰি তোলা।

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.