অসমদৈনিক বাতৰি

ফৰ্মেলডিহাইড প্ৰকৃততে কি? ফৰ্মেলিন যুক্ত মাছ খালে কি কি ৰোগ হয়?… জানো আহক…..

ফমেলডিহাইড প্ৰকৃততে কি? ফৰ্মেলিন যুক্ত মাছ খালে কি হয়? জানো আহক.....

ফৰ্মেলিন যুক্ত মাছ খালে কি হয়?

মাছত ফৰ্মেলিন ব্যৱহাৰ কৰাটো চিন্তনীয় বিষয়। মাছত অধিক পৰিমাণৰ ফৰ্মেলিন ব্যৱহাৰ কৰিলে দুৰ্বলতা, বমি, উশাহ লোৱাত অসুবিধা হয়।

আনহাতে, ফৰ্মেলিন ইমানে বেছি মাৰাত্মক যে যদি ২ চামুছ ফৰ্মেলিন মানুহে খাই দিয়ে তেতিয়া মৃত্যু পৰ্যন্ত হ’ব পাৰে ।

আনহাতে আপুনি কেনেকৈ ফৰ্মেলিন যুক্ত মাছ চিনাক্ত কৰিব। ইয়াৰ সহজ উপায় হ’ল- যেতিয়া আপুনি মাছৰ গোন্ধ শুঙিব তেতিয়া আপোনাৰ চকু-নাক জ্বলা পোৰা কৰিব। ডিঙিও ফুলিব নাইবা জ্বলা-পোৰা কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.