অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অষ্টম দিনাও উত্তাল সংসদৰ অধিৱেশন, মণিপুৰ কাণ্ডক লৈ লোকসভাত হূলস্থূল

অষ্টম দিনাও উত্তাল সংসদৰ অধিৱেশন

মণিপুৰ কাণ্ডক লৈ লোকসভাত হূলস্থূল

আজিলৈকে এদিনো চলা নাই দুয়ো সদনৰ কাম-কাজ

আজিও ২ বজালৈ স্থগিত লোকসভাৰ অধিৱেশন

১২ বজালৈ স্থগিত ৰাজ্যসভাৰ অধিৱেশন

আজি ২ বজাৰ পৰা ৰাজ্যসভাত মণিপুৰ সন্দৰ্ভত হ’ব আলোচনা

উচ্চ সদনত ঘোষণা বিজেপিৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ গোৱেলৰ

মণিপুৰক লৈ ইতিমধ্যে নষ্ট সংসদৰ বহুমূলীয়া ৯টা দিন

আলোচনাৰ বাবে শাসকীয় দল প্ৰস্তুত বুলি জনালে পীয়ুষ গোৱেলে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.