অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নলবাৰীত বোৱাৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে, স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ সন্মুখীন হৈ আৰক্ষীৰ সহায় বিচাৰিছে ভুক্তভোগীয়ে

নলবাৰীত বোৱাৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ সন্মুখীন হৈ আৰক্ষীৰ সহায় বিচাৰিছে ভুক্তভোগীয়ে

ঘটনাটো নলবাৰীৰ বৰসৰকুছিৰ

গাঁওখনত উৎপল হালৈ নামৰ যুৱকজনৰ পত্নী, ধমধমাৰ ভূপালী ৰাজবংশীয়ে নিৰ্যাতনৰ অভিযোগ আনিছে

অভিযোগ মতে, ২০২০চনৰ বিয়াৰ পিছৰে পৰা নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে ভূপালীয়ে

উপায়ন্তৰ হৈ ভূপালীৰ পৰিয়ালে আৰক্ষীৰ সহযোগত সোমবাৰে ভূপালী আৰু তেওঁৰ ৩ বছৰীয়া সন্তানক স্বামী গৃহৰ পৰা উদ্ধাৰ কৰে

উৎপল হালৈ নামৰ যুৱকজনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ আনিছে ভূপালীৰ পৰিয়ালে

এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.