অসমৰাজনৈতিক

সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটদান

EVMত বন্দী ৫ সমষ্টিৰ ৩১গৰাকী প্রাৰ্থীৰ ভাগ্য

সামৰণি পৰিল ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটদান প্রক্ৰিয়া। ক’ভিড প্ৰট’কলৰ মাজেৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটদান।

EVMত বন্দী ৫ সমষ্টিৰ ৩১গৰাকী প্রাৰ্থীৰ ভাগ্য। সৰ্বাধিক ৭৭শতাংশ ভোটদানেৰে শীৰ্ষত গোসাইগাঁও সমষ্টি।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.