Himanta Biswa SarmaInternationalInternationalleatest updatenationalPMo indiapolitical

সম্পূৰ্ণ হ’ল মিজোৰামৰ ভোটগণনা; মিজোৰামতো মুখথেকেচা খালে কংগ্ৰেছে

২৭খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা ZPMৰ

সম্পূৰ্ণ হ’ল মিজোৰামৰ ভোটগণনা

২৭খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা ZPMৰ

MNFৰ দখলত মাত্ৰ ১০খন আসন

মুখ্যমন্ত্ৰী জোৰামথাংগাও হাৰিল নিৰ্বাচনত

বিজেপিয়ে লাভ কৰিলে দুখন আসন

মিজোৰামতো মুখথেকেচা খালে কংগ্ৰেছে

এখন আসনতে সন্তুষ্ট হ’বলগীয়া হ’ল কংগ্ৰেছ দল

লালডুহোমাৰ নেতৃত্বত ZPMৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.