অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমুম্বাইৰাজনৈতিক

মুম্বাইত I.N.D.I.Aৰ তৃতীয়লানি বৈঠক, আজি বিৰোধী মহাজোঁটৰ বৈঠকৰ অন্তিম দিন

মুম্বাইত I.N.D.I.Aৰ তৃতীয়লানি বৈঠক

আজি বিৰোধী মহাজোঁটৰ বৈঠকৰ অন্তিম দিন

বৈঠকত মিলিত ২৮টা ৰাজনৈতিক দলৰ ৬৩ শীৰ্ষ নেতা

আজি I.N.D.I.Aই LOGO মুকলি কৰাৰ সম্ভাৱনা

আসন ভাগ-বটোৱাৰাৰ ফৰ্মূলা নিৰ্ণয়ৰো সম্ভাৱনা

আজিয়েই ঘোষণা হ’ব পাৰে আহ্বায়কৰ নাম

লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিৰোধী ঐক্যমঞ্চ

২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল বিৰোধীৰ প্ৰথমখন বৈঠক। বাংগালুৰুত অনুষ্ঠিত হোৱা দ্বিতীয়খন বৈঠকত I.N.D.I.A নামেৰে নামাকৰণ কৰা হৈছিল বিৰোধী ঐক্যক। তৃতীয়লানি বৈঠকেতই বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নামো ঘোষণা  কৰাৰ সম্ভাৱনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.