অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

জুৰীয়াৰ কেন্দুগুৰিত চাঞ্চল্যকৰ ঘটনা, ৩ লম্পটৰ আক্ৰমণত এজন যুৱকৰ ছিঙিল কাণ

জুৰীয়াৰ কেন্দুগুৰিত চাঞ্চল্যকৰ ঘটনা

৩ লম্পটৰ আক্ৰমণত ছিঙিল এজনৰ কাণ

দুগৰাকী মহিলাকো আক্ৰমণ কৰে ৩ লম্পটে

আফজাৰুল, আঞ্জাৰুল, আব্বাছৰ বিৰুদ্ধে অভিযোগ

ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ ভুক্তভোগীৰ

তিনি লম্পটে গছত উঠি এগৰাকী মহিলাৰ গাধোৱা চাই আছিল। মহিলা গৰাকীয়ে এই কথা গম পাই পৰিয়ালক জনোৱাক কেন্দ্ৰ কৰি মহিলা গৰাকীৰ আত্মীয় এজন যুৱকক আক্ৰমণ কৰি কাণ চিঙি পেলাই তিনি লম্পটে। ইফালে পৰিয়ালটোৰে আন দুগৰাকী মহিলাকো আক্ৰমণ কৰি কাপোৰ কানি ফালি পেলোৱাৰো গুৰুতৰ অভিযোগ তিনি লম্পটৰ বিৰূদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.