অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বৰাজনৈতিক

পাকিস্তানত নিহত আৰু এজন ভাৰতবিৰোধী সন্ত্ৰাসবাদী, ‘অজ্ঞাত লোকৰ হাতত মৃত্যু লস্কৰৰ সন্ত্ৰাসবাদী

পাকিস্তানত নিহত আৰু এজন ভাৰতবিৰোধী সন্ত্ৰাসবাদী

‘অজ্ঞাত লোকৰ হাতত মৃত্যু লস্কৰৰ সন্ত্ৰাসবাদী

বন্দুকধাৰীয়ে গুলীয়ালে আক্ৰাম খান ওৰফে আক্ৰাম ঘাজিক

পাকিস্তানৰ বাজৌৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

নিহত আক্ৰাম খান লস্কৰ-ই-তৈবাৰ শীৰ্ষ সন্ত্ৰাসবাদী আছিল

২০১৮ৰ পৰা ২০২০লৈ লস্কৰৰ নতুন যুৱকক ভৰ্তি কৰোঁৱাৰ দায়িত্বত আছিল নিহত আক্ৰাম খান ওৰফে আক্ৰাম ঘাজি। সততে হিন্দুবিৰোধী তথা ভাৰতবিৰোধী ভাষণ দি প্ৰৰোচিত কৰিছিল পাকিস্তানৰ নাগৰিকক। আক্ৰাম খানৰ হত্যাৰ ঘটনাৰ পিছত অজ্ঞাত লোকৰ হাতত ভাৰতবিৰোধী সন্ত্ৰাসবাদী নিহত হোৱাৰ প্ৰসংগটোৱে আকৌ এবাৰ ISI তথা সন্ত্ৰাসবাদী গোট সমূহক সন্ত্ৰস্ত কৰি তুলিলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.