শ্ৰেণীবিহীন

দেশৰ ৭৭সংখ্যক স্বাধীনতা উপলক্ষে কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?

কাইলৈ দেশৰ গৌৰৱউজ্জল ৭৭সংখ্যক স্বাধীনতা দিৱস।

কাইলৈ দেশৰ গৌৰৱউজ্জল ৭৭সংখ্যক স্বাধীনতা দিৱস। কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা? জানো আহক…

উত্তৰ লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই

ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে

গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংঘালে

বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে

নলবাৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী সঞ্জয় কিষাণে

যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে

নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই

কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বৰাই

শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোছাই

হাফলঙত পতাকা উত্তোলন কৰিব দেবুলাল গাৰ্লোছা

ডিফুত পতাকা উত্তোলন কৰিব CEM তুলিৰাম ৰংহাঙে

কোকৰাঝাৰত BTR প্ৰধান প্ৰমোদ বড়োৱে উত্তোলন কৰিব পতাকা

শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

ওদালগুৰিত পতাকা উত্তোলন কৰিব গোবিন্দ বসুমতাৰীয়ে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.